Discovery of inner core of Mercury সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ বুধৰ অন্তৰ্ভাগ কঠিন বুলি আবিষ্কাৰ হৈছে নাছাৰ মেচেঞ্জাৰ মিচনত । বুধ গ্ৰহৰ অন্তৰ্ভাগে গ্ৰহটোৰ ৮৫% আগুৰি আছে । বুধ গ্ৰহৰ কঠিন অন্তৰ্ভাগে ২০০০ কিল'মিটাৰ আগুৰি আছে । শিলাময় গ্ৰহৰ ভিতৰত পৃথিৱী আৰু বুধ গ্ৰহৰে চুম্বকীয় ক্ষেত্ৰ আছে আৰু সৌৰ ৰশ্মিৰ প্ৰভাৱে এই ক্ষেত্ৰ দুৰ্বল কৰি তোলে । বুধ গ্ৰহৰ অন্তৰ্ভাগ পৃথিৱীৰ অন্তৰ্ভাগতকৈ অতি খৰ গতিত কঠিন হৈ আছে । পৃথিৱীৰ অন্তৰ্ভাগৰ এক তৃতীয়াংশহে হৈছে কঠিন। বুধ গ্ৰহৰ অন্তৰ্ভাগ অধ্যয়ন কৰাৰ ফলত কেনেকৈ গ্ৰহৰ অন্তৰ্ভাগৰ সলনি হয়, চুম্বকীয় ক্ষেত্ৰত কি প্ৰভাৱ পৰে এইবোৰ কথাই আমাৰ গ্ৰহ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ ভৱিষ্যত সম্পৰ্কীয় কথা কিছু কথা জানিব পৰা গৈছে । #অসমীয়া #Assamese #assamesescience #assamesewritings


Why India has not yet fixed the hunger problem already !! According to FAO estimates in 'The State of Food Security and Nutrition in the World, 2018” report, 195.9 million people are undernourished in India. About 3000 children die of hunger every day. India is not a poor country, because it is the third largest economies by PPP ( purchasing power parity ) GDP in the world and yet it has not been able to fix the hunger issues. There is no shortage of wealth in India, but the distribution of both and food seems like at separate dimensions. While countries India are suffering from povery, while people are dying of hunger, In America, more than 1 lac tones of food are being destroyed. It is painful to see people suffer this way.Along with the traditional technique of agriculture has been very inefficient to produce foods in this age of high population, high demand. And yet there seems to be no effective solution in the action, though there are schemes of government such as Under the provisions of this law, beneficiaries would get five kg of grain per person per month, including rice at Rs. 3 per kg, wheat at Rs. 2 per kg and coarse grains at Re 1 per kg, which have helped people a lot bringing a sense of food security and yet so many people in hunger !!! Where could be the problem ? According to the Indian Food Bank, 40 percent of vegetables and 30 percent of cereals produced are lost due to inefficiencies in the supply chain. India could completely revover from this problem, when more able and educated people would seek to help solve the problem and with better administrator and implementation of the schemes the hunger in India could be eradicated very soon ! #hunger #hungerinindia

Ban Single use plastic in Assam পৃথিৱীৰ প্ৰকৃতিৰ সমান ধুনীয়া কি আছে এই বিশ্বব্ৰহ্মাণ্ডত, কিন্তু এই প্ৰকৃতিৰ ধ্বংস কৰাৰ পৰা মানুহে নিজকে বাধা নিদি প্ৰকৃতিৰ ধ্বংসকাৰ্যত মজি আছে কেতিয়াবা অজানিতে আৰু কেতিয়াবা জানি বুজিও । এবাৰ ব্যৱহাৰৰ যোগ্য প্লাষ্টিকবোৰ ইতিমধ্যে ইউৰোপৰ সংসদে বন্ধ কৰিছে l ভাৰতৰ মহাৰাষ্ট্ৰ, তামিলনাডু, হিমাচল প্ৰদেশ, তেলেংগানাত এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক ( single use plastic বন্ধ কৰা হৈছে ।) অসমত কেতিয়া হ'ব সময়ে ক'ব !!! There is no beauty like the beauty of nature of earth in the universe, but people have destroying the earth, wildlife and nature sometimes unknowingly and sometimes even knowingly. European Union have already banned the single use plastic. In India four States ie. Maharashtra, Tamilnadu, Himachal Pradesh and Telengana have already banned the single use plastic. When will Assam ban the single use plastic ??? #singleuseplastic #bansingleuseplastic #assam #plasticpollution


Translate

What is Five Kingdom Classification in Assamese -পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কি ?

পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে:  কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...