ফিলিপাইন দেশত এতিয়া এখন আইন কৰা হৈছে যত দেশৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰাৰ বাবে ১০ ডাল কৈ গছ পুলি ৰুব লাগিব । এই আইন পাছ কৰাৰ কাৰণটো হৈছে ফিলিপাইন দেশত নিৰ্বনিকৰণৰ ফলত জংগলৰ ২০% হ্ৰাস হৈছে আৰু তাৰ ফলত জলবায়ুৰ পৰিবতৰ্ন আৰু পৰিবেশৰো অৱনতি ঘটিব । এই আইনৰ ফলত প্ৰত্যেক বছৰে ১৭.৫ কোটি গছ পুলি ৰোৱা হ'ব । #philippinestreeplantation #conservation #environment #treeplantation #jiabkulngo
Nearly all species of sea turtle are classified as Endangered. Slaughtered for their eggs, meat, skin and shells, sea turtles suffer from poaching and over-exploitation. They also face habitat destruction and accidental capture in fishing gear. Climate change has an impact on turtle nesting sites. সাগৰত থকা বেছিভাগ কাছৰ প্ৰজাতিয়ে হৈছে এতিয়া বিপদাপন্ন । কাছবোৰ বিপদাপন্ন হোৱাৰ মূল কাৰণ হৈছে মানৱসৃষ্ট । কাছৰ মাংস, কণী,ছাল, খোলা আদিৰ কাৰণে কাছৰ অবৈধ চিকাৰ হৈ আছে, তাৰফলত কাছ ৰ অতিমাত্ৰা শোষণ হৈছে আৰু কাছৰ জনসংখ্যা কমি গৈছে । কাছৰ বসবাসৰ ঠাইৰো কমি গৈছে আৰু সাগৰৰ মাছমৰীয়া সকলৰ জালত কাছবোৰ ফাঁচি যায় আৰু মৃত্যমুখত পৰে । তাৰ লগতে জলবায়ুৰ পৰিবৰ্তন ৰ ফলতো কাছৰ কণী পৰা ঠাইত বহুত বেয়া প্ৰভাৱ পৰিছে । এনেবোৰ কাৰণতে সাগৰত এতিয়া ১০ লাখৰো কম কাছ আছে আৰু দিন যোৱা মানে কাছৰ ওপৰত বেয়া প্ৰভাৱ পৰি আছে আৰু কাছৰ বেছিভাগ প্ৰজাতি এতিয়া বিপদত । #turtle #turtleconservation #conservation #nature #environment #environmentalist #jibakul
Watched the series finale of GOT. What a series finale. It was heartbreaking to see John killing his queen, love Danny. It changed everything, John had to sacrifice everything from power, love and he did it all for the well-being of people. The ending is very satisfying for me, for GOT is no fairy tale, it had to break your expectations. People who are crying,they have no idea how amazing the ending is, It would obviously disappoint those who are used to happy ending stories, who have never experienced sacrifice themselves.. Anyway John Snow was always one of the most amazing character for me from the first episode. A true king will always be a King, no matter where he lives. #gameofthrones #gotfinale #got #johnsnow #danerystargaryen
One million species at risk of extinction: UN According to the Global Assessment report of IPBES, the global rate of species extinction is already tens to hundreds of times higher than it has been, on average, over the last 10 million years. The report comes six months after the UN Intergovernmental Panel on Climate Change (IPCC) warned that the world has less than 12 years to avoid catastrophic levels of global warming. We are at a stage where people are so lost in the modernization of the world, cities, that we have actually become a destructive force on planet earth and people in general seems to have no clue with what is actually happening in the natural world, how biodiversity is in great danger, so the ecological balance of the earth.. #biodiversity #extinction #extinctionrebellion #universe #trend #globalissues
The right balance between the light and dark It’s not the darkness that makes our life hard, nor is it the brightness, but it’s the lack of right adjustment of what we need at that time. Sometimes we do need darkness, which comfort us, but not all the time , sometimes the brightness , the light makes us feel good. It’s the importance of the right balance we should not neglect. #philosophyquotes #spiritualawakening #shadowhunters #carlyung #psychologyquotes #jitudasquotes #shadowworks
Fani Cyclone Alert in Assam 4 ,5 May 2019 ৰাজ্যিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী য়ে কৈছে যে সমগ্র উত্তৰ পূৰ্বাঞ্চলত ৪ আৰু ৫ মেত ৪০ কিমি/ঘণ্টাত ধুমুহা আহিব ।বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহাৰ সময়ত পৰাপক্ষত গৃহৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ প্ৰদান কৰি বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আহ্বান জনায় । The Regional Meteorological Centre (RMC) at Guwahati said that there will be heavy to very heavy rains in most of the northeastern states including Assam on may 4 and 5 and strong surface winds with speeds of up to 40 km per hour. #cyclone #cyclonefani #assamesenews #northeast
Subscribe to:
Posts (Atom)
Translate
What is Five Kingdom Classification in Assamese -পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কি ?
পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে: কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...
-
১. ভয়ক জয় কৰাটোৱেই হ'ল মানুহৰ প্ৰথম কৰ্তব্য । - কাৰ্লাইল ২.সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হ'ল ফুল, কিন্তু তাৰ শিপাবোৰ থাকে মা...
-
Click here for :- Archive( all posts) You may also like :- Mahapurux Srimanta Sankardev Poet Raghunath Choudhary Ananda Chandra Ag...