Nearly all species of sea turtle are classified as Endangered. Slaughtered for their eggs, meat, skin and shells, sea turtles suffer from poaching and over-exploitation. They also face habitat destruction and accidental capture in fishing gear. Climate change has an impact on turtle nesting sites. সাগৰত থকা বেছিভাগ কাছৰ প্ৰজাতিয়ে হৈছে এতিয়া বিপদাপন্ন । কাছবোৰ বিপদাপন্ন হোৱাৰ মূল কাৰণ হৈছে মানৱসৃষ্ট । কাছৰ মাংস, কণী,ছাল, খোলা আদিৰ কাৰণে কাছৰ অবৈধ চিকাৰ হৈ আছে, তাৰফলত কাছ ৰ অতিমাত্ৰা শোষণ হৈছে আৰু কাছৰ জনসংখ্যা কমি গৈছে । কাছৰ বসবাসৰ ঠাইৰো কমি গৈছে আৰু সাগৰৰ মাছমৰীয়া সকলৰ জালত কাছবোৰ ফাঁচি যায় আৰু মৃত্যমুখত পৰে । তাৰ লগতে জলবায়ুৰ পৰিবৰ্তন ৰ ফলতো কাছৰ কণী পৰা ঠাইত বহুত বেয়া প্ৰভাৱ পৰিছে । এনেবোৰ কাৰণতে সাগৰত এতিয়া ১০ লাখৰো কম কাছ আছে আৰু দিন যোৱা মানে কাছৰ ওপৰত বেয়া প্ৰভাৱ পৰি আছে আৰু কাছৰ বেছিভাগ প্ৰজাতি এতিয়া বিপদত । #turtle #turtleconservation #conservation #nature #environment #environmentalist #jibakul


No comments:

Post a Comment

Translate

What is Five Kingdom Classification in Assamese -পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কি ?

পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে:  কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...