Assamese Biology Dictionary ( জীৱবিজ্ঞান অভিধান )
Part 14 : Ecosystem ( পৰিস্থিতিতন্ত্ৰ )
Ecosystem = পৰিস্থিতিতন্ত্ৰ
Productivity = উৎপাদকতা
Gross Primary Productivity = প্ৰাথমিক উৎপাদকতা
Net Prom Productivity = অৱশিষ্ট প্ৰাথমিক উৎপাদকতা
Biomass = জৈৱ ভৰ
Decomposition = বিয়োজন
Detritus = অপৰদ
Detrivores = অপৰদভোজী
Fragmentation = খণ্ডন
Leaching = নিক্ষালন
Catabolism = অপচয়
Humification = হিউমিফিকেচন
Mineralization = খনিজীভৱন
Energy Flow = শক্তিৰ প্ৰৱাহ
Photosynthetically Active Radiaton ( PAR ) = সালোকসংশ্লেষণীয় সক্ৰিয় বিকিৰণ
Thermodynamics = তাপগতিশীলতা
Consumer = উপভোক্তা
Primary consumer = প্ৰাথমিক উপভোক্তা
Secondary consumer = দ্বিতীয় উপভোক্তা
Tertiary consumer = তৃতীয় উপভোক্তা
Decomposer = বিয়োজক
Saprophytes = মৃতভোজী
Trophic level = খাদ্য স্তৰ
Standing crop = কোনোবা এটা সময়ত বাচি থকা জীৱ এটাৰ জৈৱ ভৰ
Ecological pyramid = পৰিস্থিতি তন্ত্ৰৰ পিৰামিড
Upright pyramid = থিয় পিৰামিড
Inverted pyramid = ওলোটা পিৰামিড
Pyramid of biomass = জৈৱ ভৰৰ পিৰামিড
Pyramid of energy = শক্তিৰ পিৰামিড
Pyramid of numbers = সংখ্যাৰ পিৰামিড
Ecological succession = পৰিস্থিতিতন্ত্ৰ অনুক্ৰম
Community = সমুদায়
Colonise = নিবহ
Sere = জীৱসমূদায়ক ক্ৰমক
Seral community = ক্ৰমক সমুদায়
Primary succession = প্ৰাথমিক অনুক্ৰম
Secondary succession = দ্বিতীয় অনুক্ৰম
Hydrach = পানী থকা ঠাইত হোৱা অনুক্ৰম
Xerarch = শুকান ঠাইত হোৱা অনুক্ৰম
Mesic = মধ্যম জলজ অৱস্থা
Pioneer species = প্ৰাৰম্ভিক প্ৰজাতি
Weathering = অৱক্ষয়
Bryophyte = মাছ বৰ্গৰ উদ্ভিদ
Nutrient cycling = পোষকৰ চক্রৱস্থা
Biogeochemical cycle = ভু- ৰাসায়নিক চক্ৰ
Earth crust = পৃথিৱীৰ খোলা
-webkit-touch-callout: none;
-webkit-user-select: none;
-khtml-user-select: none;
-moz-user-select: none;
-ms-user-select: none;
user-select: none;
No comments:
Post a Comment