
Jitu Das
“Find the right frequency that resonates with your soul.”
Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.
Ban Single use plastic in Assam পৃথিৱীৰ প্ৰকৃতিৰ সমান ধুনীয়া কি আছে এই বিশ্বব্ৰহ্মাণ্ডত, কিন্তু এই প্ৰকৃতিৰ ধ্বংস কৰাৰ পৰা মানুহে নিজকে বাধা নিদি প্ৰকৃতিৰ ধ্বংসকাৰ্যত মজি আছে কেতিয়াবা অজানিতে আৰু কেতিয়াবা জানি বুজিও । এবাৰ ব্যৱহাৰৰ যোগ্য প্লাষ্টিকবোৰ ইতিমধ্যে ইউৰোপৰ সংসদে বন্ধ কৰিছে l ভাৰতৰ মহাৰাষ্ট্ৰ, তামিলনাডু, হিমাচল প্ৰদেশ, তেলেংগানাত এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক ( single use plastic বন্ধ কৰা হৈছে ।) অসমত কেতিয়া হ'ব সময়ে ক'ব !!! There is no beauty like the beauty of nature of earth in the universe, but people have destroying the earth, wildlife and nature sometimes unknowingly and sometimes even knowingly. European Union have already banned the single use plastic. In India four States ie. Maharashtra, Tamilnadu, Himachal Pradesh and Telengana have already banned the single use plastic. When will Assam ban the single use plastic ??? #singleuseplastic #bansingleuseplastic #assam #plasticpollution
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment