Discovery of inner core of Mercury সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ বুধৰ অন্তৰ্ভাগ কঠিন বুলি আবিষ্কাৰ হৈছে নাছাৰ মেচেঞ্জাৰ মিচনত । বুধ গ্ৰহৰ অন্তৰ্ভাগে গ্ৰহটোৰ ৮৫% আগুৰি আছে । বুধ গ্ৰহৰ কঠিন অন্তৰ্ভাগে ২০০০ কিল'মিটাৰ আগুৰি আছে । শিলাময় গ্ৰহৰ ভিতৰত পৃথিৱী আৰু বুধ গ্ৰহৰে চুম্বকীয় ক্ষেত্ৰ আছে আৰু সৌৰ ৰশ্মিৰ প্ৰভাৱে এই ক্ষেত্ৰ দুৰ্বল কৰি তোলে । বুধ গ্ৰহৰ অন্তৰ্ভাগ পৃথিৱীৰ অন্তৰ্ভাগতকৈ অতি খৰ গতিত কঠিন হৈ আছে । পৃথিৱীৰ অন্তৰ্ভাগৰ এক তৃতীয়াংশহে হৈছে কঠিন। বুধ গ্ৰহৰ অন্তৰ্ভাগ অধ্যয়ন কৰাৰ ফলত কেনেকৈ গ্ৰহৰ অন্তৰ্ভাগৰ সলনি হয়, চুম্বকীয় ক্ষেত্ৰত কি প্ৰভাৱ পৰে এইবোৰ কথাই আমাৰ গ্ৰহ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ ভৱিষ্যত সম্পৰ্কীয় কথা কিছু কথা জানিব পৰা গৈছে । #অসমীয়া #Assamese #assamesescience #assamesewritings
Subscribe to:
Post Comments (Atom)
Translate
What is Five Kingdom Classification in Assamese -পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কি ?
পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে: কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...
-
১. ভয়ক জয় কৰাটোৱেই হ'ল মানুহৰ প্ৰথম কৰ্তব্য । - কাৰ্লাইল ২.সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হ'ল ফুল, কিন্তু তাৰ শিপাবোৰ থাকে মা...
-
Click here for :- Archive( all posts) You may also like :- Mahapurux Srimanta Sankardev Poet Raghunath Choudhary Ananda Chandra Ag...
No comments:
Post a Comment