First ever Black Hole Photograph released Today কৃষ্ণ গহ্বৰৰ প্ৰথম ফটোগ্ৰাফ আজি প্ৰকাশ হয় । ইভেণ্ট হৰাইজন দূৰবীক্ষণত (Event Horizon Telescope) কাম কৰা বিজ্ঞানীসকলে সন্ধিয়া ৬.৩০ বজাত এই পৰ্যবেক্ষণৰ প্ৰকাশ কৰে । এই চেজিটেৰীয়াছ এ ( sagitarus A) হৈছে অতি মহাকায় কৃষ্ণ গহ্বৰ যি পৃথিৱীৰ পৰা ২৬,০০০ আলোক বৰ্ষ দূৰত আছে । #universe


No comments:

Post a Comment

Translate

What is Five Kingdom Classification in Assamese -পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কি ?

পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে:  কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...