ক্ৰিয়াৰ লগত সম্বন্ধ হ'লে সৰ্বনাম আৰু বিশেষ্য পদক কাৰক বোলে ।
কাৰক ৬ বিধ
১. কর্তা
২. কৰ্ম
৩. কৰণ
৪. সম্প্ৰদান
৫. অপাদান
৬. অধিকৰণ
পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে: কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...
No comments:
Post a Comment