ক্ৰিয়া কি ? Verb in Assamese Grammar

ধাতুত বিভক্তি বা প্ৰত্যয় যোগ হ'লে , তাক ক্ৰিয়া বোলা হয় ।

ক্ৰিয়া দুবিধ- 

১. সকৰ্মক ক্ৰিয়া - 

যি ক্ৰিয়াৰ কাৰ্য কোনো বস্তুৰ ওপৰত হয় , তাক সকৰ্মক ক্ৰিয়া বোলে ।

যেনে - নয়নে যোৱাকালি পঢ়িছিল ।


২.অকৰ্মক ক্ৰিয়া - 

যি ক্ৰিয়াৰ কাৰ্য কোনো বস্তুৰ ওপৰত নহয়, তাক অকৰ্মক ক্ৰিয়া বোলে ।

যেনে -  অমৰে শুইছিল ।


No comments:

Post a Comment

Translate

What is Five Kingdom Classification in Assamese -পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কি ?

পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে:  কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...