Soul, this movie would make you fall in love with living again.




Soul, an exciting, adventurous meaningful movie from Disney,Pixar. This movie would make you fall in love with living again. Chasing after dreams and passion is meaningful as long we are grateful for every good things we have in our life.

Remembering JyotiPrasad Agarwala on Silpi Divas 2021 and his views on Silpi ( Artist) by Jitu Das Blog


আজি ১৭ জানুৱাৰী শিল্পী দিৱস তথা তেওঁৰ মৃত্যু দিনত ৰূপকোঁৱৰক শ্ৰদ্ধাৰে সুঁৱৰিছো ।

জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এজন অসমীয়া কিংবদন্তি পুৰুষ । সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদৰ কবিতা, নাটকত যি চিৰসুন্দৰৰ আৰাধনা কৰিছিল, সেই সাধনাৰ বাবে তেওঁ সুন্দৰৰ পূজাৰী বুলিও কোৱা হয় ।

তেওঁ শুই থকা লাখ লাখ শিল্পীৰ অন্তৰত থকা প্ৰতিভাৰ উমান পাইছিল আৰু সেই শিল্পী সত্বাক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল ।  তেওঁৰ  কৰ্মৰাজিয়ে এতিয়াও   সহস্ৰ অসমীয়া শিল্পীৰ প্ৰতিভা চাকি জ্বলাই তোলে । 

তেওঁ  সমাজৰ ব্যক্তি স্বাৰ্থৰ উমান পাইছিল আৰু সেই  ব্যক্তি স্বাৰ্থৰ ঠেক লোহাৰ ঘৰৰ দুৱাৰ ভাঙি সমূহীয়া স্বাৰ্থৰ মহান জীৱনলৈ তেওঁ শিল্পীবোৰক ব্যাপিত হবলৈ আহ্বান কৰিছিল ।

জ্যোতিপ্ৰসাদ আগৰৱালাই শিল্পীক  গাওঁৰ গণ্ডীত থাকি বা জন্ম লাভ কৰিও নিজকে এজন বিশ্বনাগৰিক হিচাপে ভাৱিবলৈ আহ্বান কৰিছিল ।।

জ্যোতিপ্ৰসাদে কবিতাত কৈছিল শিল্পী এজনে ব্যক্তিতৰ মহাপ্ৰকাশ, যি ব্যক্তিতৰ চৰম প্ৰকাশ সেই মহাসমষ্টিৰ মহাতীৰ্থত পায় ।

জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিৰ নিজা বৈশিষ্ট্য কেনেকৈ অসমীয়া সাহিত্য, কলা, সঙ্গীত, চলচিত্ৰ সকলো ক্ষেত্ৰতে আগবঢ়াই নিব তাৰ বাবে যি সাধনা কৰিছিল, তাৰ বাবে তেওঁ মোৰ বাবে সদায় শ্ৰদ্ধাৰ  ব্যক্তি আৰু এক চিৰপ্ৰেৰণা হৈ ৰ'ব । 🙏🙏




Jallikattu movie meaning


Jallikattu shows the chaos lies within the sea of human mind that lays low until it lose its balance.

Jalikattu is a very chaotic from the beginning scene, a sense if urgency, agitation is there. Even though the the whole village hunt a buffalo, they were already upset in their lives. The hunt for the buffalo was only an excuse to release their frustration over something.

Naruto universe quotes 2021

The Legend of White Snake



The Legend of White Snake is a myth about a snake who has attained human form after 500 years of dao meditation. She falls in love with a boy, who caused her transformation 500 years faster. A very sweet, heartwarming legend.

Translate

What is Five Kingdom Classification in Assamese -পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতি কি ?

পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন ব্যৱস্থাই জীৱক তেওঁলোকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পাঁচটা প্ৰধান ৰাজ্যত ভাগ কৰে:  কিংডম মনেৰা: ইয়াত প্ৰ'কেৰিয়...